ৱাকো ইণ্ডিয়া ৰাষ্ট্ৰীয় ছিনিয়ৰ কিক বক্সিং প্ৰতিযোগিতাত অসমৰ সাফল্য

pc- Goa Chronicle

ৱাকো ইণ্ডিয়া ৰাষ্ট্ৰীয় ছিনিয়ৰ কিক বক্সিং প্ৰতিযোগিতাত অসমৰ সাফল্য

অনলাইন বাৰ্ত্তাসেৱা- গোৱাত ২৭-২৯ আগষ্টলৈ অনুষ্ঠিত হোৱা ৱাকো ইণ্ডিয়া ৰাষ্ট্ৰীয় ছিনিয়ৰ কিক বক্সিংত অসমৰ দলে ১২ পদক লাভ কৰে। প্ৰতিযোগিতাখনত অসমপ দলটোৱে ৪ টা সোণ, ৫ টা ৰূপ, ৩টা ব্ৰঞ্জ পদক অৰ্জন কৰে। দেশৰ ৩১খন ৰাজ্যই অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত অসমে উত্তৰ-পূৰ্বঞ্চলৰ শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰে। খেলুৱৈসকলে থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এছিয়ান ইনড’ৰ গেমছলৈ যোগ্যতা অৰ্জন কৰে।

 

(RT)