ৰেষ্টুৰেণ্টৰ পৰিৱৰ্তে জিএছটি পৰিশোধ কৰিব চুইগি, জোমাটো

pc- Inc42

ৰেষ্টুৰেণ্টৰ পৰিৱৰ্তে জিএছটি পৰিশোধ কৰিব চুইগি, জোমাটো

অনলাইন বাৰ্ত্তাসেৱা– বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে- চুইগি, জোমাটোৰ দৰে খাদ্য বিতৰণ এপবোৰে তেওঁলোকৰ জৰিয়তে যোগান ধৰা ৰেষ্টুৰেণ্ট সেৱাৰ ওপৰত জিএছটি পৰিশোধ কৰিব। তেওঁ কয় যে আগতে, ৰেষ্টুৰেণ্টবোৰে কৰ পৰিশোধ কৰিছিল কিন্তু এতিয়া এগ্ৰিগেটৰসকলে কৰ পৰিশোধ কৰিব লাগিব।

 

(RT)