ৰণবীৰ সিং অভিনীত বিগ্ বাজেটৰ ছবি ‘তাক্ত’ (Takht) ৰ প্ৰযোজনা এতিয়া কৰা নহ’ব বুলি প্ৰকাশ কৰা হয়

pc Gulf News

অনলাইন বাৰ্ত্তাসেৱা – প্ৰথম অৱস্থাত, কৰীণা কাপুৰ খান, আলিয়া ভট্ট, ৰণবীৰ সিং, ভূমি পেডনেকাৰ, জাহ্নৱী কাপুৰ আৰু বিকি কৌশলকে ধৰি কলাকুশলীসকল ‘তাক্ত’ (Takht) ছবিখনত জড়িত হ’ব বুলি প্ৰকাশ কৰা হৈছিল। কৰণ জোহৰৰ এইটো প্ৰকল্প (Takht) আছিল আটাইতকৈ চৰ্চিত প্ৰকল্পসমূহৰ ভিতৰত এটা। অৱশ্যে, দীঘলীয়া অপেক্ষাৰ অন্তত, বিভিন্ন কাৰণত এই প্ৰকল্পটো বাতিল কৰা হয় বুলি জানিব পৰা গৈছে।

(UD.)