ৰং-প্ৰিন্সিপ্ৰিয়া গগৈ

Pc- pexels

ৰং…

ৰামধেনু বহুৰঙী
নীল আকাশত দেখোঁ
উদয় হোৱা অস্ত যোৱা ৰং
সঁচাকৈ মনোমোহা।
শাওণ মাহৰ পথাৰ সেউজীয়া
আঘোণ মাহৰ থোকা সোণবৰণীয়া
নীলা পাহাৰৰ ৰঙ বিনন্দীয়া
আমাৰ জীৱনলৈ আনে
সুখ-শান্তিৰ নিজৰা।

প্ৰিন্সিপ্ৰিয়া গগৈ, পঞ্চম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়
টীয়ক,যোৰহাট