৯৭% ৰো অধিক প্ৰাপ্তবয়স্কই প্ৰথম কোভিড-১৯ ভেকছিন পালি প্ৰাপ্ত কৰিছে: চৰকাৰ

pc us embassy in barbados

৯৭% ৰো অধিক প্ৰাপ্তবয়স্কই প্ৰথম কোভিড-১৯ ভেকছিন পালি প্ৰাপ্ত কৰিছে: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই টুইট কৰি কয় যে ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৯৭% তকৈও অধিক লোকে কোভিড-১৯ ভেকছিনৰ প্ৰথম পালি লাভ কৰিছে। তেওঁ লগতে কয়, “দ্ৰুতগতিত ১০০% প্ৰথম পালিৰ লক্ষ প্ৰাপ্ত কৰাৰ দিশত আগবাঢ়িছে।” লক্ষণীয়ভাৱে, এক সংবাদমেলত আইচিএমআৰৰ ডাঃ বলৰাম ভাৰ্গৱে কয় যে ভেকছিনৰ প্ৰথম পালিটো মৃত্যু প্ৰতিৰোধৰ ক্ষেত্ৰত ৯৮.৯% কাৰ্যকৰী।