৭৫ কোটি কৰʼনা ভেকছিন প্ৰদান কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতলৈ অভিনন্দন

pc- WHO. World Health Organization

৭৫ কোটি কৰʼনা ভেকছিন প্ৰদান কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতলৈ অভিনন্দন

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতে ৭৫ কোটি অধিক কৰʼনা ভেকছিনৰ পালি প্ৰদান কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক অভিনন্দন জনায়। টিকাকৰণৰ “অভূতপূৰ্ব গতি”ৰ বাবে ভাৰতক অভিনন্দন জনাই বিশ্ব স্বাস্থ্য সংস্থা দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক সঞ্চালক ড০ পুনম খেত্ৰপাল সিঙে কয়, “যদিও প্ৰথম ১০০ নিযুত (১০ কোটি) পালি প্ৰদান কৰিবলৈ ৮৫ দিন লাগিছিল, ভাৰতে মাত্ৰ ১৩ দিনত ৬৫০ নিযুত (৬৫ কোটি)ৰ পৰা ৭৫০ নিযুত (৭৫ কোটি) পালি লাভ কৰিছিল।”

 

(RT)