৬ জুনত জিলা প্ৰশাসনৰ চৰকাৰী ভূমি বেদখলৰ নিৰ্দেশ, কমেও ৭০ টা পৰিয়ালক উচ্ছেদ

pc Deccan Herald

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চৰকাৰী বেদখলকাৰীৰ ভূমি বেদখলমুক্ত কৰাৰ নিৰ্দেশ দিয়াৰ পিছত ৬ জুন তাৰিখে জিলা প্ৰশাসনে কমেও ৭০ টা পৰিয়ালক উচ্ছেদ কৰে। এই উচ্ছেদ অভিযানত প্ৰায় ৫০০ জন বঙালী ভাষী মুছলমান গৃহহীন হৈ পৰিছিল। ইয়াৰ ফলত তেওঁলোকৰ হাতত ৰাস্তাৰ ওচৰত আশ্ৰয় লোৱাৰ বাহিৰে কোনো বিকল্প নাছিল।

আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে কয় যে মুছলমানসকলক লক্ষ্য কৰি উচ্ছেদ কৰাটো আছিল বিজেপিৰ মেৰুকৰণ ৰাজনীতিৰ অংশ।