২০ পইচা হ্ৰাস পালে প্ৰতি লিটাৰ ডিজেলৰ মূল্য কিন্তু  পেট্ৰ’লৰ মূল্য সলনি হোৱা নাই

pc-aajtak

অনলাইন বাৰ্ত্তাসেৱা- আজি বৃহস্পতিবাৰে  ২০ পইচা হ্ৰাস পালে প্ৰতি লিটাৰ ডিজেলৰ মূল্য কিন্তু  পেট্ৰ’লৰ মূল্য সলনি হোৱা নাই।পেট্ৰ’ল আৰু ডিজেলৰ প্ৰতিলিটাৰত মূল্য-

দিল্লীঃ পেট্ৰ’লৰ মূল্য ১০১.৮৪ টকা, ডিজেলত ৮৯.৪৭ টকা (প্ৰতিলিটাৰত)

মুম্বাইঃ পেট্ৰ’লৰ মূল্য ১০৭.৮৩ টকা, ডিজেলত ৯৭.০৪ টকা (প্ৰতিলিটাৰত)

কলকাতাঃ পেট্ৰ’লৰ মূল্য ১০২.০৮ টকা, ডিজেলত ৯২.৫৭ টকা (প্ৰতিলিটাৰত)

চেন্নাইঃ পেট্ৰ’লৰ মূল্য ৯৯.৪৭ টকা, ডিজেলত ৯৪.০২ টকা (প্ৰতিলিটাৰত)

বাংগালুৰুঃ পেট্ৰ’লৰ মূল্য ১০৫.২৫ টকা, ডিজেলত ৯৪.৮৬ টকা (প্ৰতিলিটাৰত)

by utpal kalita