২০ জানুৱাৰীত গুৱাহাটীলৈ আহিব ভাৰতীয় অলিম্পিক সন্থাৰ সভানেত্ৰী পিটি ঊষা

Pc Open Magazine

২০ জানুৱাৰীত গুৱাহাটীলৈ আহিব ভাৰতীয় অলিম্পিক সন্থাৰ সভানেত্ৰী পিটি ঊষা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতবৰ্ষৰ কিংবদন্তি খেলুৱৈ ভাৰতীয় অলিম্পিক সংস্থাৰ সভানেত্ৰী অলিম্পিয়ান তথা ৰাজ্যসভাৰ সাংসদ পিটি ঊষাই দুদিনীয়া ভ্ৰমণসূচী লৈ ২০ জানুৱাৰীত গুৱাহাটীত আহি উপস্থিত হ’ব। অসমৰ খেলৰ উত্তৰণৰ স্বাৰ্থত গুৱাহাটীত মুখ্যমন্ত্ৰী আৰু ক্ৰীড়া সাংবাদিক, সংগঠকৰ সৈতে সুকীয়াকৈ  আলোচনাত মিলিত হ’ব পিটি ঊষা। পিয়লী এক্সপ্ৰেছ ভাৰতীয় অলিম্পিকৰ মুৰব্বী পিটি ঊষা আহিব গুৱাহাটীলৈ।