২০২২ বেইজিং শীতকালীন অলিম্পিকত উত্তৰ কোৰিয়াক অংশগ্ৰহণ ওপৰত নিষেধাজ্ঞা
অনলাইন বাৰ্ত্তাসেৱা– টকিঅ‘ গেমছত দল এটা লৈ পঠিয়াবলৈ অস্বীকাৰ কৰাৰ বাবে শাস্তি হিচাপে উত্তৰ কোৰিয়াক আইঅচিৰ দ্বাৰা বেইজিংত ২০২২ শীতকালীন অলিম্পিকত নিষিদ্ধ কৰা হৈছে। উত্তৰ কোৰিয়াৰ ব্যক্তিগত খেলুৱৈসকলে যোগ্যতা অৰ্জন কৰিলে তেওঁলোকে বেইজিংত প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিব পাৰিব নে নোৱাৰে তাৰ পৃথকে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আই.ও.চি. সভাপতি, থমাছ বাক কৈছে।
(RT)