১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৬,৬৬২ (AB/UB)টা কনিষ্টবল পদৰ বাবে হ’ব PST/PET

pc-republicindia

অনলাইন বাৰ্ত্তাসেৱা-  ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৬,৬৬২ (AB/UB)টা কনিষ্টবল পদৰ বাবে হ’ব PST/PET>প্রথম পৰ্যায়ত ১৫ খন জিলাৰ পৰা আৰম্ভ হ’ব এই প্রক্রিয়া।জিলা কেইখন ক্ৰমে- বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, হাইলাকান্দি,হোজাই, যোৰহাট, মৰিগাঁও, কামৰূপ (ম), কৰিমগঞ্জ,কাৰ্বি আংলং, শিৱসাগৰ, শোণিতপুৰ আৰু ওদালগুৰি।প্রাৰ্থীসকলে ২০ আগষ্টৰ পৰা ডাউনল’ড কৰিব পাৰিব প্রবেশ পত্র। by utpal kalita