১০ দিনৰ পিছত তিহাৰ কাৰাগাৰত ইয়াছিন মালিকৰ অনশন সমাপ্ত

Pc NDTV.com

১০ দিনৰ পিছত তিহাৰ কাৰাগাৰত ইয়াছিন মালিকৰ অনশন সমাপ্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  তিহাৰ কাৰাগাৰত অনশন কৰি থকা জম্মু কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকে তেওঁৰ দাবীসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে বুলি কোৱাৰ পিছত তেওঁৰ অনশন সমাপ্ত কৰে। মালিকে অপহৰণৰ গোচৰৰ বাবে জম্মুৰ আদালতত শাৰীৰিকভাৱে হাজিৰ হ’বলৈ দিয়াৰ অনুৰোধৰ প্ৰতি কেন্দ্ৰই সঁহাৰি নিদিয়াৰ পিছত অনিৰ্দিষ্টকালৰ বাবে অনশন কৰিছিল।