১০ টাকৈ ছেটেলাইট ফোন প্ৰদান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মীক

pc-Way2Barak

১০ টাকৈ ছেটেলাইট ফোন প্ৰদান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মীক

অনলাইন বাৰ্ত্তাসেৱা– কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ দিশটোক অধিক শক্তিশালী কৰিবলৈ গুৰুত্বুপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মীক প্ৰদান কৰিছে ১০ টাকৈ ছেটেলাইট ফোন। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ হাতত প্ৰদান কৰিছে এই ১০ টা ফোন। বানপানীৰ সময়ত গঁড়ক চিকাৰীৰ পৰা ৰক্ষা কৰাৰ উদ্যেশ্যৰে এই ছেটেলাইট ফোনৰ ব্যৱস্থা কৰা হৈছে।

By Utpal Kalita