হৰমনপ্ৰীত কৌৰ মহিলা বিশ্বকাপৰ ইতিহাসত ৩ টা শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ

pc India Today

হৰমনপ্ৰীত কৌৰ মহিলা বিশ্বকাপৰ ইতিহাসত ৩ টা শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  হৰমনপ্ৰীত কৌৰ মহিলা বিশ্বকাপৰ ইতিহাসত তিনিটা শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ হৈ পৰিছে। ৩৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ২০২২ চনৰ মহিলা বিশ্বকাপৰ এখন খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১০৯(১০৭) ৰাণ সংগ্ৰহ কৰি এই কৃতিত্ব অৰ্জন কৰে। হৰমনপ্ৰীতে প্ৰথম মহিলা বিশ্বকাপ শতক (১০৭*) ২০১৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে আৰু দ্বিতীয়টো (১৭১*) ২০১৭ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কৰিছিল।