হাংগেৰীত অনুষ্ঠিত হৈ থকা বিশ্ব কুস্তি চেম্পিয়নশ্বীপত প্ৰিয়া মল্লিক স্বৰ্ণ পদক জয়

pc-hindustantimes

হাংগেৰীত অনুষ্ঠিত হৈ থকা বিশ্ব কুস্তি চেম্পিয়নশ্বীপত স্বৰ্ণ পদক আনিছে ভাৰতৰ প্ৰিয়া মল্লিকে ।।হাৰিয়ানা মল্লযুজাৰু গৰাকীৰ এই সফলতাৰ বাবে বিভিন্নজনে জনাইছে শুভকামনা।