স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে বুৰ্কা সত্ৰৰ অনুষ্ঠিত হ’বলগীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম আৱিৰ্ভাৱ মহোৎসৱৰ উদযাপন সমিতি আৰু সত্ৰৰ বিষয়-ববীয়া সকলৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা ডাঙৰীয়াৰ মত বিনিময়

pc Facebook

অনলাইন বাৰ্ত্তাসেৱা – ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমু ডোবক গাঁও পঞ্চায়তৰ পুৰাণ বুৰ্কা সত্ৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত অহা ১৪, ১৫ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম আৱিৰ্ভাৱ মহোৎসৱভাগি দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। সেয়েহে উদযাপন সমিতি আৰু সত্ৰৰ বিষয়-ববীয়া সকলৰ সৈতে মহোৎসৱভাগিৰ প্ৰস্তুতি সম্পৰ্কে বিভিন্ন বিষয়ত আলাপ-আলোচনা কৰা হয় আৰু অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা ডাঙৰীয়াই এই উক্ত আলোচনাৰ লগতে ডিমু ডোবক গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰাণ বুৰ্কা গাঁওখনৰ উন্নয়নমূলক কাম কাজসমূহ স্থানীয় সচেতন ব্যক্তি সকলৰ সৈতে পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে।