শিক্ষক-সংযুক্তা দত্ত

pc-Understood

শিক্ষক

গুৰু সেই জন যিয়ে জীয়াই থাকিবলৈ শিকায়। নিজক নিজৰ লগত চিনাকি কৰাই দিয়ে

গঢ়ি দিয়ে হীৰাৰ নিচিনাকে তোমাক ।

পৃথিৱী খনৰ লগত খোজ দিবলৈ শিকায়।
সঁচা আৰু মিছাৰ লগত চিনাকি কৰাই দিয়ে
সদায় শুদ্ধ পথ দেখুৱাই যায়।তোমাক এজন ভাল মানুহ কৰি তোলে।সমস্যাৰ লগত যুঁজি আগবাঢ়ি যোৱা তুমি । তোমাক সিমানখিনি বুজিব পৰা কৰি তোলে । কয় তোমাক জিকিলে সকলো নহয়,  হাৰি পেলাই জিকাৰ গুণ শিকায়।
গুৰু সেই জনে যিয়ে জীয়াই থাকিবলৈ শিকায়  নিজক নিজৰ লগত চিনাকি কৰাই দিয়ে ।

সংযুক্তা দত্ত