শতাধিক তালিবান উগ্ৰপন্থীয়ে পাঞ্জশ্চিৰ উপত্যকা দখল কৰিবলৈ গতি কৰে

pc Al Jazeera

শতাধিক তালিবান উগ্ৰপন্থীয়ে পাঞ্জশ্চিৰ উপত্যকা দখল কৰিবলৈ গতি কৰে

অনলাইন বাৰ্ত্তাসেৱা – শতাধিক তালিবান উগ্ৰপন্থীয়ে পাঞ্জশিৰ উপত্যকা দখল কৰিবলৈ গতি কৰে, যি বৰ্তমান আফগানিস্তানত প্ৰতিৰোধৰ কেন্দ্ৰবিন্দু। তালিবানৰ আলেমাৰাহ টুইটাৰ ফীডে উল্লেখ কৰে যে স্থানীয় ৰাজ্যিক বিষয়াসকলে ইয়াক শান্তিপূৰ্ণভাৱে হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতেই তেওঁলোকে পাঞ্জশিৰৰ ফালে গৈ আছিল। তালিবান বিৰোধী নেতা আহমেদ মাছুদে উল্লখ কৰিছিল যে তেওঁ তালিবানৰ সৈতে শান্তিপূৰ্ণ আলোচনা কৰিব বুলি আশা কৰিছিল কিন্তু এতিয়া যুঁজক্ষেত্ৰত নামিবলৈ প্ৰস্তুত।

(UD.)