লালু প্ৰসাদ যাদৱক ৫ বছৰৰ কাৰাদণ্ড আৰু ৬০ লাখ টকাৰ জৰিমনা

p..c DNA India

লালু প্ৰসাদ যাদৱক ৫ বছৰৰ কাৰাদণ্ড আৰু ৬০ লাখ টকাৰ জৰিমনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ঝাৰখণ্ডৰ ৰাঁচীৰ এখন বিশেষ চিবিআই আদালতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) সৰ্বোচ্চ নেতা লালু প্ৰসাদ যাদৱক পঞ্চম পশুখাদ্য কেলেংকাৰীৰ গোচৰত পাঁচ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে। আদালতে গোচৰটোৰ সন্দৰ্ভত তেওঁৰ ওপৰত ৬০ লাখ টকা জৰিমনা ও জাৰি কৰিছে। আদালতে ১৫ ফেব্ৰুৱাৰীত লালুক গোচৰটোত দোষী সাব্যস্ত কৰিছিল।