লখিমপুৰ জিলাৰ ১০ টা ৱাৰ্ড মাজুলী জিলাত অন্তভূক্ত

Pc- ANI News

লখিমপুৰ জিলাৰ ১০ টা ৱাৰ্ড মাজুলী জিলাত অন্তভূক্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰে অধিসূচনাযোগে জনাইছে যে জনসাধাৰণৰ সুবিধাৰ্থে বৰ্তমান লখিমপুৰ জিলাৰ লোহিত খাবলু গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০ টা ৱাৰ্ড নতুনকৈ মাজুলী জিলাত অন্তৰ্ভুক্ত কৰিছে। ৱাৰ্ডকেইটা ক্ৰমে – ৪ নং লিগিৰামুখ, ৫ নং লিগিৰামুখ ছানং, ৬ নং কুলামুৱা, ৭ নং বৰালীমৰা, ৮ নং গড়মূৰ দাম্বুকিয়াল, ৯ নং গড়মূৰ নগৰ গাওঁ আৰু ১০ নং পাথৰী চুক।