যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ

Pc Times of India

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ

ৰঙিলী বাৰ্ত্তাসেৱা- যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ। ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি জুবিন গাৰ্গক। বাথৰূমত পিছলি পৰি মূৰত আঘাত পাইছে জুবিনে।অৱশ্যে বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।হাস্পতাল কৰ্তপক্ষই এই কথা জানিবলৈ দিছে।