মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ ২২জনক আটক

Pc Mint

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ ২২জনক আটক

ৰঙিলী বাৰ্ত্তাসেৱা-  মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ এই পৰ্যন্ত ২২জনক আটক কৰা হৈছে। গুৱাহাটীত ৩ জনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এজনক আটক কৰা হৈছে। লখিমপুৰত ৫জন ছাত্ৰক আটক। ধেমাজিৰ পৰা আটক কৰা হৈছে এজন ছাত্ৰক। আনহাতে, ডিব্ৰুগড়ৰ পৰা ৫জনক আটক কৰা হৈছে। শদিয়া আৰু তিনিচুকীয়াৰ পৰা আটক কেইবাজনো ছাত্ৰক।