মুম্বাই গুৰুদ্বাৰাই শিখসকলক ‘অপমান’ কৰাৰ বাবে কংগনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে

pc Latestly

মুম্বাই গুৰুদ্বাৰাই শিখসকলক ‘অপমান’ কৰাৰ বাবে কংগনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  মুম্বাইৰ শ্ৰী গুৰু সিং সভাই কংগনা ৰাণাৱটৰ বিৰুদ্ধে “শিখ সম্প্ৰদায়ক ঘৃণা বিয়পোৱা, অপমান কৰা ” বুলি আৰক্ষীত গোচৰ ৰুজু কৰিছিল। অভিযোগটোত কোৱা হৈছিল যে কংগনাই সামাজিক মাধ্যমত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে বাৰে বাৰে “ইচ্ছাকৃতভাৱে অপমানজনক” মন্তব্য কৰিছে। আৰু কৈছিল যে কংগনাই দিল্লীৰ সীমাত প্ৰতিবাদ কৰা কৃষকসকলক “খলিস্তানী” বুলি অভিহিত কৰিছিল।