মুম্বাই ক্ৰুজ ড্ৰাগছ গোচৰত বোম্বাই উচ্চ ন্যায়ালয়ে আৰ্যন খানক জামিন প্ৰদান 

Pc- The Indian express

মুম্বাই ক্ৰুজ ড্ৰাগছ গোচৰত বোম্বাই উচ্চ ন্যায়ালয়ে আৰ্যন খানক জামিন প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা- শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক মুম্বাই ক্ৰুজ ড্ৰাগছ গোচৰত বোম্বাই উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে। আৰ্যনৰ জামিনৰ আবেদন আগতে দণ্ডাধীশৰ আদালত আৰু বিশেষ এনডিপিএছ আদালতৰ দ্বাৰা নাকচ কৰা হৈছিল। তেওঁক ২ অক্টোবৰত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ দ্বাৰা আটক কৰা হৈছিল আৰু পিছত গ্ৰেপ্তাৰ কৰা হৈছিল।