মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নাও দুৰ্ঘটনাত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়

pc- Facebook

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নাও দুৰ্ঘটনাত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি নাও দুৰ্ঘটনাত আহত লোকসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত লগ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। লগতে আহতলোক সকলক সৰ্বশ্ৰেষ্ঠ চিকিৎসা প্ৰদান কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীজনে উদ্ধাৰ কৰা যাত্ৰীসকলকো লগ ধৰে।লগতে মুখ্যমন্ত্ৰীজনে সেই সকল ব্যক্তিকো ধন্যবাদ জ্ঞাপন কৰে যিসকলে উদ্ধাৰকাৰ্যত সহায় কৰিছিল।