মুখ্যমন্ত্ৰীৰ সফলতাৰ চিত্ৰৰে জন্মদিনত তৈয়াৰ হ’ল এটি আকৰ্ষণীয় কেক

মুখ্যমন্ত্ৰীৰ সফলতাৰ চিত্ৰৰে জন্মদিনত তৈয়াৰ হ’ল এটি আকৰ্ষণীয় কেক

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন।মুখ্যমন্ত্ৰী গৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ তেখেতৰ দিশপুৰৰ বাসভৱনত ভিৰ কৰিলেহি অজস্ৰ অনুৰাগীয়ে৷নিশাই কেক কাটি মুখ্যমন্ত্ৰীক ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে অনুৰাগীয়ে।উল্লেখযোগ্য যে,মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ বাবে এটি আকৰ্ষণীয় কেক প্ৰস্তুত কৰিছে কলিতা স্প্ৰেকটাম ডাইনে।য’ত দেখা গ’ল মুখ্যমন্ত্ৰীৰ সফলতাৰ কেইবাখনো সুন্দৰ আলোকচিত্ৰ।