মিথালী ৰাজ অষ্টমবাৰৰ বাবে মহিলা এদিনীয়া ক্ৰিকেটৰ বিশ্বৰ শ্ৰেষ্ঠ বেটাৰ (Batter)

pc Navbharat Times.jpg

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ মহিলা অধিনায়ক মিথালী ৰাজে আই.চি.চি. মহিলা এদিনীয়া ৰেংকিঙত বিশ্বৰ ভিতৰত পুনৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ২২ বছৰীয়া কেৰিয়াৰত অষ্টমবাৰৰ বাবে মিথালীয়ে প্ৰথম স্থান দখল কৰে। শেহতীয়াভাৱে, একেৰাহে চাৰিখন এদিনীয়া খেলত অৰ্ধশতক অৰ্জন কৰা মিথালীয়ে চাৰিটা স্থানৰ অগ্ৰগতি লাভৰ যোগেদি ৰেংকিঙৰ শীৰ্ষত উপনীত হৈছে।

(UD.)