মানচেষ্টাৰ ইউনাইটেডৰ ৱʼলভছৰ বিৰুদ্ধে প্ৰিমিয়াৰ লীগত জয়

pc- Inside Sport

মানচেষ্টাৰ ইউনাইটেডৰ ৱʼলভছৰ বিৰুদ্ধে প্ৰিমিয়াৰ লীগত জয়

অনলাইন বাৰ্ত্তাসেৱা- মানচেষ্টাৰ ইউনাইটেডে প্রিমিয়াৰ লীগত জয়ৰ ধাৰা অব্যাহত ৰাখি পুনৰ জয় সাব্যস্ত কৰিলে। ৱ’লভছৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ১-০ ব্যৱধানত মানচেষ্টাৰ ইউনাইটেডে জয় সাব্যক্ত কৰে। প্রিমিয়াৰ লীগত এই পর্যন্ত ২৮ খন মেচত অপৰাজিত হৈ আছে মানচেষ্টাৰ ইউনাইটেড। ক্লাবটোৱে প্রিমিয়াৰ লীগৰ ইতিহাসত দীঘলীয়া সময়ৰ বাবে অপৰাজিত হৈ থকাৰ এক অভিলেখ গঢ়ে। মেচৰ শেষৰ ফালে মানচেষ্টাৰ ইউনাইটেডৰ মেচন গ্ৰীণউডে এটা গ’লৰ সহায়ত মেচখনত মানচেষ্টাৰৰ জয় নিশ্চিত কৰি তোলে।

 

(RT)