মহিলাসকলক শিক্ষিত কৰিব নালাগে বুলি ধাৰণা টো ইছলামিক নহয়: পাক প্ৰধানমন্ত্ৰী ইমৰান খান

pc- Twitter

মহিলাসকলক শিক্ষিত কৰিব নালাগে বুলি ধাৰণা টো ইছলামিক নহয়: পাক প্ৰধানমন্ত্ৰী ইমৰান খান

অনলাইন বাৰ্ত্তাসেৱা- পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কৈছে যে “মহিলাসকলক শিক্ষিত কৰিব নালাগে বুলি ধাৰণাটো ইছলামিক নহয়”। তেওঁ কৈছিল, “মই ভাবো [তালিবানে] মহিলাসকলক বিদ্যালয়লৈ যাবলৈ অনুমতি দিব লাগে, ইয়াৰ ধৰ্মৰ সৈতে কোনো সম্পৰ্ক নাই।” “চুবুৰীয়াৰ সৈতে পৰামৰ্শ কৰাৰ পিছত আমি তালিবান চৰকাৰক স্বীকৃতি দিয়াৰ সিদ্ধান্ত লম,” বুলি তেওঁ কয়।