মহাৰাষ্ট্ৰৰ মহিলা কনিষ্টবলে চোৰৰ পৰা জব্দ কৰা সামগ্ৰী বিক্ৰী কৰি ৬ বছৰত উপাৰ্জন কৰে ২৬ লাখ টকা

pc zoomnews

মহাৰাষ্ট্ৰৰ মহিলা কনিষ্টবলে চোৰৰ পৰা জব্দ কৰা সামগ্ৰী বিক্ৰী কৰি বছৰত উপাৰ্জন কৰে ২৬ লাখ টকা

অনলাইন বাৰ্ত্তাসেৱা – চুৰিৰ ঘটনাত উদ্ধাৰ হোৱা সামগ্ৰীৰ অপব্যৱহাৰৰ অভিযোগত মহাৰাষ্ট্ৰৰ এগৰাকী মহিলা আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে। ভাচাই আৰক্ষী থানাত চুৰি সামগ্ৰীৰ ভাৰপ্ৰাপ্ত কনিষ্টবল মংগল গায়কৱাডে এজন স্ক্ৰেপ ডিলাৰৰ সহায়ত ২৬ লাখ টকাৰ জালিয়াতিত লিপ্ত হৈছিল, এজন বিষয়াই কয়। অভিযুক্তজনে চুৰি হোৱা সামগ্ৰীবোৰ ছয় বছৰৰ ভিতৰত বিক্ৰী কৰিছিল।

(UD.)