মমতা বেনাৰ্জী সৌৰভ গাংগুলীৰ ঘৰত তেওঁৰ ৪৯ তম জন্মদিনত

মমতা বেনাৰ্জী সৌৰভ গাংগুলীৰ ঘৰত তেওঁৰ ৪৯ তম জন্মদিনত

অনলাইন বাৰ্তাসেৱা – মমতা বেনাৰ্জীয়ে সদায়ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাই আহিছে ভাৰ্চুৱেল মাধ্যম যোগে।

কিন্তু আজি সন্ধিয়া ৫ বজাত, মমতা বেনাৰ্জী, দাদা – সৌৰভ গাংগুলীৰ ঘৰত হালধীয়া গোলাপৰ গোট আৰু মিঠাইৰ বাকচ লৈ উপস্থিত হৈছিল জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ।