অণুগল্প:
“ভৱিষ্যত”
দুপৰীয়া ভাত সাজ খোৱাৰ পাছত জিৰণিৰ মন কৰি বিচনাতে গা টো এৰি দিয়া গাঁৱৰ মুখীয়াল পদ্মনাথে ভাবিলে, কোন দিশে অসমীয়া! সমস্যাৰে উভৈনদী অসমত অসমীয়াই তাকলৈ চিঞৰি গগণ কঁপাই ঠিকেই, কিন্তু সমাধানৰ পথত যোৱাত দেখোঁন সদায় কৰে হেলা!
মুন শৰ্মা,
লখিমপুৰ
লখিমপুৰ
