ভূপেন মামা – অভিলাষা গগৈ

PC- The Wire

ভূপেন মামা..

অ’মোৰ ভূপেন মামা
তুমি বৰ মহান আত্মা
তোমাৰ গীত উঠে গা
তুমি হ’লা অসমৰ আকাশত
জিলিকি থকা তৰা।
তোমাৰ মাত বৰ শুৱলা
তুমি হ’লা সকলোৰে মৰমৰ মামা।

অভিলাষা গগৈ, পঞ্চম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়, টীয়ক,যোৰহাট