ভাৰত-শ্ৰীলংকাৰ মাজৰ এদিনীয়াত জয় লাভ কৰে ভাৰতীয়

Free Press Journal

অলনাইন বাৰ্ত্তাসেৱা – কলম্বোৰ আৰ. প্ৰেমাদাচা ষ্টেডিয়ামত প্ৰথমখন এদিনীয়াত ভাৰতে শ্ৰীলংকাক ৭ উইকেটত পৰাস্ত কৰে। শ্ৰীলংকাৰ ভূমিত এদিনীয়া ক্ৰিকেটত এইখন ভাৰতৰ নৱম বিজয় ( Ninth Straight Victory)। শ্ৰীলংকাই ভাৰতক ২৬৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। অধিনায়ক শিখৰ ধাৱানে ৯৫ টা বলত ৮৬ ৰাণ সহ আউট নোহোৱাকৈ খেলখনত বিজয় সাব্যস্ত কৰে। খেলখনত ‘ঈশান কিষাণে’ তেওঁৰ এই এদিনীয়া খেলখনত অৰ্ধশতক অৰ্জন কৰে।

(UD.)