ভাৰতৰ ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী বেটছমেন যশপাল শৰ্মাৰ মৃত্যু

pc The Bridge

অনলাইন বাৰ্ত্তাসেৱা – আজি ভাৰতৰ প্ৰাক্তন বেটছমেন যশপাল শৰ্মা হৃদৰোগত আক্ৰান্ত হৈ ৬৬ বছৰ বয়সত মৃত্যু বৰণ কৰে। ১৯৭৮ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰা যশপালে ৪২ খন এদিনীয়া আৰু ৩৭ খন টেষ্টত ক্ৰমান্বয়ে ৮৮৩ আৰু ১,৬০৬ ৰাণ সংগ্ৰহ কৰে। তেওঁ ১৯৮৩ চনৰ বিশ্বকাপত আঠখন মেচত ২৪০ ৰাণ সংগ্ৰহ কৰি ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী  হিচাপে পৰিগণিত হৈছিল।

(UD.)