ভাৰতৰ সীমা ২০১৪ চনৰ আগৰ তুলনাত অধিক সুৰক্ষিত: প্ৰধানমন্ত্ৰী মোদী

ভাৰতৰ সীমা ২০১৪ চনৰ আগৰ তুলনাত অধিক সুৰক্ষিত: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে দেশৰ সীমা ২০১৪ চনৰ আগৰ তুলনাত অধিক সুৰক্ষিত হৈ পৰিছে। তেওঁ কয়, “২০১৪ চনৰ আগতে দেশৰ নিৰাপত্তাক লৈ উদ্বেগ আছিল, আজি আমি ছাৰ্জিকেল ষ্ট্ৰাইক-এয়াৰ ষ্ট্ৰাইকৰ বাবে গৌৰৱান্বিত।” প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰত বিজেপি চৰকাৰৰ অষ্টম বাৰ্ষিকী উপলক্ষে চিমলাত এক ৰেলীসম্বোধন কৰি এইকথা কৈছিল।