ভাৰতে পুনৰ কপিল দেৱৰ দৰে এজন অলৰাউণ্ডাৰ বিচাৰি উলিওৱা টো সম্ভৱ নহয়ঃ গাভাস্কাৰ

pc CricTracker

ভাৰতে পুনৰ কপিল দেৱৰ দৰে এজন অলৰাউণ্ডাৰ বিচাৰি উলিওৱা টো সম্ভৱ নহয়ঃ গাভাস্কাৰ

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে প্ৰকাশ কৰে যে কপিল দেৱৰ দৰে আকৌ এজন অলৰাউণ্ডাৰ বিচাৰি উলিওৱাটো সম্ভৱ নহয়। তেওঁ লগতে কয় যে ভাৰতত এই মুহূৰ্তত কেইজনমান ভাল অলৰাউণ্ডাৰ আছে। তেওঁ কয়, “শাৰ্দুল ঠাকুৰ এজন অতি দক্ষ ক্ৰিকেটাৰ যিয়ে তিনিওটা বিভাগতে ভাল অৱদান আগবঢ়াব পাৰে আমি গাব্বাত দেখিছিলো, আৰু এতিয়া তেওঁ ওভালতো একে প্ৰদৰ্শন আগঢ়াইছে।”

(UD.)