ভাৰতীয় ৰেলৱে বিভােগৰ দ্বাৰা ছেপ্টেম্বৰত চাৰ ধাম যাত্ৰাৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা

pc Wikipedia

অনলাইন বাৰ্ত্তাসেৱা – কোভিড-১৯ ৰ সংক্ৰমণ হ্ৰাস হোৱাৰ সময়তেই, ভাৰতীয় ৰে’ল বিভাগে ছেপ্টেম্বৰত চাৰি ধাম – বদ্ৰীনাথ, জগন্নাথ পুৰী, ৰামেশ্বৰম আৰু দ্বাৰকাধিশকে ধৰি বিভিন্ন শীৰ্ষ পৰ্যটন স্থলীক সামৰি এখন বিশেষ ৰেল চলাচলৰ সিদ্ধান্ত লৈছে। এই তীৰ্থযাত্ৰা “দেখো আপনা দেশ” ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনৰ দ্বাৰা সম্পন্ন কৰা হ’ব। এই ১৬ দিনীয়া ভ্ৰমণ কাৰ্যসূচী দিল্লী চফ্দৰজং ৰেল ষ্টেচনৰ পৰা ১৮ ছেপ্টেম্বৰ, ২০২১ তাৰিখে আৰম্ভ হ’ব।

(UD.)