ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে বিকাশৰ বাবে মুদ্ৰাস্ফীতিৰ লক্ষ্য ত্যাগ কৰিব লাগিবঃ প্ৰাক্তন আৰ.বি.আই. গভৰ্ণৰ

pc Business India.jpg

অনলাইন বাৰ্ত্তাসেৱা – ১৯৯২-৯৭ বৰ্ষত আৰ.বি.আই.ৰ নেতৃত্বত থকা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ চি. ৰঙ্গৰাজনে কয় যে বৰ্তমান সময়ৰ মহামাৰীৰ বাবে “উচ্চস্তৰৰ ব্যৱস্থাপনা”ৰ প্ৰয়োজন। সেয়েহে, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে যদিও উচ্চ মুদ্ৰাস্ফীতি হয়, তথাপিও বিকাশত গুৰুত্ব দিয়া উচিত, তেওঁ লগতে উল্লেখ কৰে। ৰঙ্গৰাজনে আৰু লগতে কয়, “যিসকল লোকে সম্প্ৰসাৰিত চৰকাৰী ব্যয়ৰ প্ৰয়োজনীয়তাৰ কথা কয় তেওঁলোকে এই সত্যটো স্বীকাৰ কৰিব লাগিব যে ইয়াৰ ফলত মূল্য বৃদ্ধি হ’ব।”

(UD.)