ভাৰতীয় স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘নমস্তে ভিয়েটনাম’ উৎসৱ

Pc India Briefing

ভাৰতীয় স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘নমস্তে ভিয়েটনাম’ উৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ১২-২১ আগষ্টলৈ হো চি মিন চিটি আৰু নহা ট্ৰাঙত প্ৰথমবাৰৰ বাবে ‘নমস্তে ভিয়েটনাম’ উৎসৱ অনুষ্ঠিত হ’ব। ১০ দিনীয়া উৎসৱটো ভাৰতৰ ‘এক্ট ইষ্ট নীতি’ অনুসৰি পৰিকল্পনা কৰা হৈছে আৰু লগতে দেশসমূহৰ মাজত ৫০ বছৰৰ কূটনৈতিক সম্পৰ্ক চিহ্নিত কৰা হ’ব, চৰকাৰী বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে। উৎসৱটোত কেইবাজনো চেলিব্ৰিটি উপস্থিত থাকিব।