ভাৰতীয় নাগৰিকত্বৰ বাবে পাকৰ পৰা ৭,৩০৬ খন আবেদন স্থগিত: চৰকাৰ

Pc the Economic times

ভাৰতীয় নাগৰিকত্বৰ বাবে পাকৰ পৰা ৭,৩০৬ খন আবেদন স্থগিত: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে  সংসদক জনায় যে পাকিস্তানৰ পৰা প্ৰায় ৭,৩০৬ খন আবেদন ভাৰতীয় নাগৰিকত্বৰ বাবে বাকী আছে। তেওঁ কয় যে এই বছৰৰ ১৪ ডিচেম্বৰলৈকে ১০,৬৩৫ জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল। ইয়াৰে প্ৰায় ১০ জন আবেদনকাৰী চীনৰ, ১,১৫২ জন আফগানিস্তানৰ আৰু ২২৩ জন শ্ৰীলংকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ।