ভাৰতত ৮হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

pc Unsplash

ভাৰতত ৮হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰিভাৰতত নতুনকৈ যোৱা ২৪ ঘণ্টাত ৮,৩০৯ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। আৰু ২৩৬ জন লোকৰ নতুনকৈ কৰʼনাত সংক্ৰমিত হৈ মৃত্যু হৈছে। যাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ৪,৬৮,৭৯০ লৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান ১,০৩,৮৫৯ টা সক্ৰিয় ঘটনা আছে। আনহাতে দৈনিক পজিটিভ হাৰ হৈছে ১.০৯ %।