ভাৰতত ১,০৭২ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

p.c. TheEconomicTimes

ভাৰতত ১,০৭২ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৪৯,৩৯৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু নতুনকৈ ১,০৭২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। যাৰ ফলত ভাৰতত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,০০,০৫৫ জনলৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত বৰ্তমান ১৪,৩৫,৫৬৯ টা সক্ৰিয় ঘটনা আছে। দৈনিক পজিটিভৰ হাৰ ১০.৯৯% ৰ পৰা৯.২৭% লৈ হ্ৰাস পাইছে।