ভাৰতত যোৱা ২৪ ঘণ্টাত ১৩ হেজাৰ লোক কৰʼনাত আক্ৰান্ত 

Pc- The New York Times

ভাৰতত যোৱা ২৪ ঘণ্টাত ১৩ হেজাৰ লোক কৰʼনাত আক্ৰান্ত 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ১৩,৫৯৬ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। নতুনকৈ ১৬৬ জন লোকৰ মৃত্যু হৈছে। সংক্ৰমিত হোৱা লোকৰ ভিতৰত কেৰালাৰ ৭,৫৫৫ জন লোক। আৰু কেৰালাত মৃত্যু হৈছে ৭৪ জন লোকৰ। ভাৰতত বৰ্তমান ১,৮৯,৬৯৪ টা সক্ৰিয় ঘটনা আছে। ভাৰতত ৪,৫২,২৯০ জন লোকৰ কৰʼনাৰ ফলত মৃত্যু হৈছে।