ভাৰতত পুনৰ বৃদ্ধি কৰʼনাৰ সংক্ৰমণ

pc- Paho

ভাৰতত পুনৰ বৃদ্ধি কৰʼনাৰ সংক্ৰমণ

অনলাইন বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰী কৰা মতে ভাৰতত নতুনকৈ ৩৩,৩৭৬ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। এতিয়ালৈকে ভাৰতত ৩,২৩,৭৪,৪৯৭ জন লোক সুস্থ হৈ উঠিছে। ভাৰতৰ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩,৯১,৫১৬ আৰু মৃত্যুৰ সংখ্যা ৪,৪২,৩১৭ লৈ বৃদ্ধি পাইছে। ভাৰতত কৰʼনা সংক্ৰমণৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ প্ৰায় ৯৮ শতাংশ।

 

(RT)