ভাৰতত নিৰ্মিত স্পুটনিক-ভি ভেকছিন উপলব্ধ হ’ব পাৰে ছেপ্টেম্বৰ-অক্টোবৰৰ পৰাঃ ডা০ ৰেড্ডী

pc The Financial Express

অনলাইন বাৰ্ত্তাসেৱা – ডা০ ৰেড্ডীৰ গৱেষণাগাৰৰ দ্বাৰা আশা কৰিছে যে স্থানীয়ভাৱে নিৰ্মিত স্পুটনিক-ভি কোভিড-১৯ ভেকছিন ছেপ্টেম্বৰ-অক্টোবৰৰ সময়ৰ পৰা উপলব্ধ হ’ব, প্ৰতিষ্ঠানটোৰ ব্ৰেণ্ডেড মাৰ্কেটছ এম.ভি. ৰমনাই কয়। তেওঁ লগতে কয়, “স্থানীয় নিৰ্মাতাসকলে ‘টেকন’লজি এবজৰ্বশ্চন’ আৰু ‘স্কেল আপ’ প্ৰক্ৰিয়াত আছে।” ৰাছিয়াত কোভিড-১৯ সংক্ৰমণ বৃদ্ধিৰ বাবে ভেকছিনৰ  আগমনত বিলম্বন হোৱা দেখা গৈছে, তেখেতে লগতে উল্লেখ কৰে।

(UD.)