ভাৰতত নতুনকৈ ৮,০১৩ জনলোক কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৮,০১৩ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু নতুনকৈ দেশখনত ১১৯ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।দেশত কোভিড-১৯ত দৈনিক পজিটিভৰ হাৰ ১.১১% হয়।আনহাতে সক্ৰিয় কেছলোড ১,০২,৬০১ লৈ হ্ৰাস হয়।