ভাৰতত নতুনকৈ ১১,৪৯৯জন লোক কৰ’নাত আক্ৰান্ত

pc.- deccan herald

ভাৰতত নতুনকৈ ১১,৪৯৯জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-   স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতে যোৱা ২৪ ঘণ্টাত ১১,৪৯৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।আৰু ২৫৫ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশত দৈনিক পজিটিভৰ হাৰ ১.০১% হয়। আনহাতে সক্ৰিয় কেছলোড ১,২১,৮৮১ লৈ হ্ৰাস হয়।