ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত অমিক্ৰণত যোৱা ২৪ ঘণ্টাত ৪৯৫ জন লোক আক্ৰান্ত হৈছে। যাৰ ফলত ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ২,৬৩০ জনলৈ বৃদ্ধি পায়। অমিক্ৰণ প্ৰকাৰটো ২৬খন ৰাজ্য আৰু ইউটিএছলৈ বিয়পি পৰিছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ৭৯৭ জনলোক আক্ৰান্ত হৈছে। আৰু দিল্লীত ৪৬৫ জন লোক আক্ৰান্ত হৈছে।