ভক্তসকলে ৫ আগষ্টৰ আগতে অমৰনাথ মন্দিৰ দৰ্শন কৰিব :জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ

Pc India Today

ভক্তসকলে ৫ আগষ্টৰ আগতে অমৰনাথ মন্দিৰ দৰ্শন কৰিব :জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই অমৰনাথ ভক্তসকলক ৫ আগষ্টৰ পূৰ্বে এই মন্দিৰ পৰিদৰ্শন কৰিবলৈ কয়। কাৰণ পৰৱৰ্তী সময়ত বতৰ আৰু বেয়া হৈ পৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে। এই যাত্ৰাটো ১১ আগষ্টত শেষ হ’ব। জুলাই মাহত, অমৰনাথৰ পবিত্ৰ গুহাটোত ডাৱৰ বিস্ফোৰণ ঘটিছিল।